নতুন শিক্ষা নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি ছাত্ৰ মুক্তিৰ প্ৰতিবাদ - প্ৰতিবাদ
নতুন শিক্ষা নীতিৰ বিৰুদ্ধে জিলাই জিলাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তক লৈ বৰপেটা,তেজপুৰ,শিৱসাগৰ, ধেমাজি আৰু গুৱাহাটীত তীব্ৰ বিৰোধিতাৰে প্ৰতিবাদমুখৰ হৈ পৰে ছাত্ৰ মুক্তি সমিতি ।
নতুন শিক্ষা নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
গুৱাহাটী,28জুনঃ হিন্দী ভাষাকবাধ্যতামূলক কৰি এটাহে আঞ্চলিক ভাষা প্ৰৱৰ্তন কৰিব বিচৰা দেশৰ নতুন শিক্ষা নীতিৰ খচৰাক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে দেশৰ বিভিন্ন ৰাজ্য ৷ পৃথক নহয় অসম ৷ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব বিচৰা এই নতুন শিক্ষানীতিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি গৰজি উঠিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ চাওক এক প্ৰতিবেদনঃ