গুৱাহাটী,26 অক্টোবৰ:আজি বিজয়া দশমী ৷ বিজয়া দশমীৰ দিনটোত উগ্ৰতাৰা দেৱালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ উগ্ৰতাৰা দেৱালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে দেৱী মাৰ আৰ্শীবাদ লয় ৷ তেওঁ কয় যে সকলোৰে ভাল হোৱাৰ কামনাৰে মাৰ ওচৰত মূৰ দোৱাইছো ৷ বৰাক ব্ৰহ্মপুত্ৰৰ সকলো লোক মিলা প্ৰীতিৰে থাকক,মা দুৰ্গাই সকলোকে শক্তি দিয়ক লগতে সকলোৰে প্ৰাৰ্থনা সফল হওক |
উগ্ৰতাৰা দেৱালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - গুৰুজনা
উগ্ৰতাৰা দেৱালয়ত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মিঞা সংগ্ৰাহলয় সন্দৰ্ভতো মন্তব্য় ৷
উগ্ৰতাৰা দেৱালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল