অসম

assam

ETV Bharat / city

কংগ্ৰেছক প্ৰত্যাহ্বান ৰূপম গোস্বামীৰ

এইবাৰ কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাইছে বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামীয়ে । কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয় জড়িত থকাৰ অভিযোগ মিছা বুলি দাবী কৰে মুখপাত্ৰগৰাকীয়ে । উল্লেখ্য যে, শনিবাৰে কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য্যই ।

By

Published : Apr 28, 2019, 4:42 PM IST

Updated : Apr 28, 2019, 4:56 PM IST

RUPAM GOSWAMI CHALLENGED CONGRESS

গুৱাহাটী, ২৮ এপ্ৰিল: বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামীয়ে এইবাৰ প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ দলক । কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয় জড়িত থকাৰ অভিযোগ মিছা বুলি দাবী কৰে মুখপাত্ৰগৰাকীয়ে । কংগ্ৰেছে মিছাৰ সহায় লৈ মুখ্যমন্ত্ৰীৰ নিকা ভাৱমূৰ্তি বিনষ্ট কৰাৰ প্ৰচেষ্টা চলাইছে বুলি জনাই তেওঁ । তেওঁ লগতে কয় যে, কেলেংকাৰীত জড়িত থকাৰ প্ৰমাণ আছে যদি তথ্য সহকাৰে দেখাওক কংগ্ৰেছে ।

RUPAM GOSWAMI CHALLENGED CONGRESS

উল্লেখ্য যে, শনিবাৰে কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য্যই ।

Last Updated : Apr 28, 2019, 4:56 PM IST

ABOUT THE AUTHOR

...view details