স্পৰ্টছ ডেস্ক, 7 জানুৱাৰীঃ ক্ষেত্ৰীত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা ৷ ক্ষেত্ৰী নল-গেদেৰাত ঘাইপথৰ কাম কৰি থকা সময়তে ৰাস্তাৰ শ্ৰমিকক এখন বাহনে খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷
ক্ষেত্ৰীত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত এজন - ক্ষেত্ৰীত শোকাৱহ পথ দুৰ্ঘটনা
ক্ষেত্ৰী 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ঘাইপথৰ কাম কৰি থকা শ্ৰমিকক বাহনৰ খুন্দা ৷

ক্ষেত্ৰীত শোকাৱহ পথ দুৰ্ঘটনা
ক্ষেত্ৰীত শোকাৱহ পথ দুৰ্ঘটনা
দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনখনে ৷ ফলত দুৰ্ঘটনাত নিহত হয় ৰূপক নেৱাৰ নামৰ শ্ৰমিকজনৰ ৷ নিহত শ্ৰমিক নেৱাৰৰ ঘৰ জাগিৰোডৰ নেলীত বুলি জানিব পৰা গৈছে ৷