অসম

assam

By

Published : Aug 5, 2019, 7:45 PM IST

ETV Bharat / city

অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ ৰিপুণ বৰাৰ

এন আৰ চিৰ নামত সাধাৰণ জনতাই ভুগি থকা সমস্যাৰ বাবে গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুণ বৰাই ৷

অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ ৰিপুণ বৰাৰ

গুৱাহাটী,5আগষ্ট : সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুণ বৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰে এখন পত্ৰ ৷ এন আৰ চিৰ নথি-পত্ৰ পুনৰীক্ষণৰ নামত সাধৰণ জনসাধৰণক কৰি থকা হাৰাশাস্তিৰ বাবে ৰিপুণ বৰাই গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰে এই পত্ৰখন ৷ পত্ৰৰ জড়িয়তে ৰিপুণ বৰাই এন আৰ চিৰ বিষয়টোৰ ওপৰত বিবেচনা কৰিবলৈ দাবী জনায় গৃহমন্ত্ৰী অমিত শ্বাহক ৷

ABOUT THE AUTHOR

...view details