অসম

assam

ETV Bharat / city

৭ জুনত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ খালী হোৱা আসনৰ নিৰ্বাচন - ৰাজ্যসভাৰ নিৰ্বাচন

১৪ জুনত কাৰ্যকাল শেষ হ'ব বৰ্তমানৰ দুই সাংসদ ডঃ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ

৭ জুনত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ খালী হোৱা আসনৰ নিৰ্বাচন

By

Published : May 14, 2019, 11:00 PM IST

  • ৰাজ্যসভাত খালী হ'বলগীয়া অসমৰ দুখন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা
  • ৭ জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন
  • ১৪ জুনত কাৰ্যকাল শেষ হ'ব বৰ্তমানৰ দুই সাংসদ ডঃ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ
  • এই দুখন আসনৰ বাবেই ৭ জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন

ABOUT THE AUTHOR

...view details