দক্ষিণ কামৰূপ, 23 এপ্ৰিল : নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অসমলৈ অহা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক আদৰিবলৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে বিৰোধী দলপতি দেব্ৰবত শইকীয়া ৷ বিমানবন্দৰত উপস্থিত হৈ ৰিপুন বৰাৰ বিষ্ফোৰক মন্তব্য , ৰাহুল গান্ধীয়ে মোডীক কোনোধৰণৰ ক্ষমা খোজা নাই, উচ্চতম ন্যায়ালয়ত নিজৰ পক্ষত মতহে দাঙি ধৰিছে ৰাহুল গান্ধীয়ে ৷
ৰাহুল গান্ধীয়ে মোডীক কোনো ক্ষমা খোজা নাই : ৰিপুন বৰা - ভোটাধিকাৰ সাব্যস্ত
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক আদৰিবলৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে বিৰোধী দলপতি দেব্ৰবত শইকীয়া ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভোটদানক লৈ গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷
মোডীক কোনো ক্ষমা খোজা নাই ৰাহুলে
ইপিনে সোমবাৰে কলিকতাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে প্ৰথমে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত তাৰ পাচতহে এন আৰ চিৰ কাম হ'ব বুলি কৰা মন্তব্যক অগণতান্ত্ৰিক, অসাংবিধানিক বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷