অসম

assam

ETV Bharat / city

প্ৰতাপ জ্যোতি সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য - প্ৰতাপ জ্যোতি সন্দিকৈক নতুন উপাচাৰ্য ৰূপে নিযুক্তি

সন্দিকৈ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ অধ্যাপক

Prof Pratap Jyoti Handiq is the new VC of Gauhati University

By

Published : Aug 19, 2019, 9:22 PM IST

গুৱাহাটী, 19 আগষ্ট:

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ নাম ঘোষণা

প্ৰতাপ জ্যোতি সন্দিকৈক নতুন উপাচাৰ্য ৰূপে নিযুক্তি

ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচৰ জগদীশ মুখীয়ে নিযুক্তি দিলে নতুন উপাচাৰ্যক

আগন্তক পাঁচ বছৰ অথবা অৱসৰ নোলোৱা পৰ্যন্ত উপাচাৰ্য হিচাপে থাকিব প্ৰতাপ জ্যোতি সন্দিকৈ

Prof Pratap Jyoti Handiq is the new VC of Gauhati University
সন্দিকৈ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ অধ্যাপকজৈৱ প্ৰযুক্তি গৱেষণাৰ ভালেমান ৰাষ্ট্ৰীয় সংস্থাৰ লগতো জড়িত প্ৰতাপ জ্যোতি সন্দিকৈ

ABOUT THE AUTHOR

...view details