অসম

assam

ETV Bharat / city

প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল - Priyanka Gandhi's tweet on Assam visit

প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল ৷ টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা ৷ কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংস্পৰ্শলৈ অহা বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷

প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল
প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল

By

Published : Apr 2, 2021, 2:17 PM IST

নিউজ ডেস্ক, 2 এপ্ৰিল : অসম ভ্ৰমণ বাতিল কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৷ কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি টুইটাৰৰ জৰিয়তে জানিবলৈ দিয়ে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷

তেওঁ কয় যে, আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ পাচতে তেওঁৰ ক'ভিড পৰীক্ষা কৰিছে আৰু ৰিপোৰ্ট নেগেটিভ আহিছে যদিও নিজকে আইশ্ব'লেছনত ৰাখিছে ৷

অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হ'ব নোৱাৰাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰাৰ লগতে কংগ্ৰেছ দলৰ জয়ৰ কামনা কৰে প্ৰিয়ংকা গান্ধীয়ে ৷

লগতে পঢ়ক :নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি : নিলম্বন 4 নিৰ্বাচনী বিষয়া

ABOUT THE AUTHOR

...view details