- নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল
- উপস্থিত ডাঃ হীৰেন গোহাঁই, মনজিত মহন্ত
- বিজেপি চৰকাৰক প্ৰতিহত কৰিবলৈ আহ্বান গোহাঁইৰ
- প্ৰকৃত কেব বিৰোধী দলক ভোট দিয়ক : গোহাঁই
- সাংবাদিকৰ বিৰুদ্ধে মিছা অভিযোগ চৰকাৰৰ : মনজিৎ মহন্ত
- বাক স্বাধীনতা খৰ্ব কৰিছে বিজেপি চৰকাৰে : মহন্ত PRESSMEET
নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল - CRITICIZED BJP
শনিবাৰে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই গুৱাহাটীত এক সংবাদমেলৰ আয়োজন কৰে ৷ এই সংবাদমেলতে উপস্থিত থাকি বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰে ড0 হীৰেন গোহাঁই, মনজিৎ মহন্ত আৰু বহুকেইজন গণ্য-মান্য ব্যক্তি ৷ ৰাজ্যৰ চাৰি গৰাকী জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা স্থিতি সন্দৰ্ভতো মন্তব্য কৰে গোহাঁয়ে ৷
![নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3061695-thumbnail-3x2-hiren-jpg.jpg)
PRESSMEET