অসম

assam

ETV Bharat / city

কিমান হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ?

হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য । পেট্ৰ'লত ৫ পইচা আৰু ডিজেলত হ্ৰাস হয় ১০ পইছাকৈ ।

By

Published : Jul 9, 2019, 1:29 PM IST

মহানগৰীত হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটী,৯জুলাই : মঙলবাৰে হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । প্ৰতিলিটাৰ পেট্ৰ'লত ৫ পইচাকৈ হ্ৰাস হোৱাৰ বিপৰীতে ডিজেলত ১০ পইচাকৈ হ্ৰাস হয় । আজি গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 72.48 টকা আৰু ডিজেলৰ মূল্য ৬৬.৯৮ হয় ।

মহানগৰীত হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য

ABOUT THE AUTHOR

...view details