অসম

assam

ETV Bharat / city

পুনৰ হ্ৰাস পেট্ৰল আৰু ডিজেলৰ মূল্য

মহানগৰীত পেট্ৰলৰ মূল্য ৬৯.৪৪ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৪.৩২ টকা

By

Published : Jun 16, 2019, 10:30 AM IST

Updated : Jun 17, 2019, 11:56 AM IST

পুনৰ হ্ৰাস পেট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটী, 16 জুনঃ মহানগৰীত আজি পুনৰ হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। পেট্ৰলত ০৬ পইচা হ্ৰাস পোৱাৰ বিপৰীতে ডিজেলত হ্ৰাস পালে ১০ পইচা । আজি গুৱাহাটীত পেট্ৰলৰ মূল্য ৬৯.৪৪ আৰু ডিজেলৰ মূল্য ৬৪.৩২ টকা।

পুনৰ হ্ৰাস পেট্ৰল আৰু ডিজেলৰ মূল্য
Last Updated : Jun 17, 2019, 11:56 AM IST

ABOUT THE AUTHOR

...view details