গুৱাহাটী,৫ ফেব্ৰুৱাৰীঃ কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা উন্মোচন কৰি জ্য়োতিষী উমাকান্ত দেৱ শৰ্মা শাস্ত্ৰীৰ ভৱিষ্য়তবাণী। শনিৰ প্ৰভাৱৰ বাবেই অস্থিৰ হৈ থাকিব ৰাজ্য চৰকাৰ । লগতে শনিৰ প্ৰভাৱৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাটো কঠিন হ'ব বুলি মন্তব্য় কৰে জ্য়োতিষী গৰাকীয়ে।
অচিৰেই অস্থিৰ হ'ব সোণোৱাল চৰকাৰ - Guwahat
গৃহীত হোৱাটো কঠিন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক
![অচিৰেই অস্থিৰ হ'ব সোণোৱাল চৰকাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2370185-413-ab267614-7056-4d4d-8089-b78182b009dc.jpg)
প্ৰকাশ পালে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা
প্ৰকাশ পালে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা
মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাখন উন্মোচন কৰি জ্য়োতিষী উমাকান্ত দেৱ শৰ্মা শাস্ত্ৰীয়ে ৰাজ্য়ৰ সামগ্ৰিক পৰিস্থিতিৰ লগতে বিতৰ্কিত বিধেয়কখনক লৈ ভৱিষ্য়তবাণী আগবঢ়ায়।