গুৱাহাটী, 13 জুলাইঃ ওদালগুৰিৰ এগৰাকী প্ৰতিভাৱান যুৱতী দীৰ্ঘ দিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে ৷ ইতিমধ্যে চেন্নাইত চিকিৎসা গ্ৰহণ কৰি আছে যদিও এতিয়া উন্নত চিকিৎসাৰ বাবে যুৱতীগৰাকীক প্ৰয়োজন হৈছে বহু লাখ টকাৰ ৷
আপোনাৰ এধানি সহায়ে নতুন জীৱন দিব হীমা দেৱীক - আপোনাৰ এধানি সহায়ে নতুন জীৱন দিব হীমা দেৱীক
ওদালগুৰিৰ এগৰাকী প্ৰতিভাৱান যুৱতী ইতিমধ্যে চেন্নাইত চিকিৎসাধীন হৈ আছিল যদিও এতিয়া উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু লাখ টকাৰ ৷
ওদালগুৰি জিলাৰ হীমা দেৱী নামৰ প্ৰতিভাবান যুৱতী গৰাকী দীৰ্ঘ দিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে চেন্নাইৰSri Ramachandra medical centerত চিকিৎসাধীন হৈ আছে ৷ হীমাৰ Bone marrow transplantকৰিবৰ বাবে প্ৰয়োজন হৈছে বহু ধনৰ । সেয়ে সদাশয় ৰাইজৰ পৰা কিছু আৰ্থিক সহায় বিচাৰিছে হীমা দেৱীয়ে । ইতিমধ্যে হীমা দেৱীয়ে সহায় কৰাৰ বাবে -3666683657(Central Bank of India)IFSC Code - CBIN0284540,গুগুল পে নম্বৰ - 8638053170 ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷ তাৰোপৰি হীমাৰ ফোন নম্বৰ -8638053170 তো যোগাযোগ কৰিব পাৰিব বুলি জনাইছে ৷
লগতে পঢ়ক- বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত খাদ্যৰ অভাৱঃ অৰ্থহীন সমাজিক দূৰত্বৰ সংজ্ঞা