অসম

assam

ETV Bharat / city

অবৈধ প্ৰেমৰ বাবে চুৰীৰে আঘাত এজনক

গুৱাহাটী মহানগৰীৰ ভেটাপাৰাত শনিবাৰে হাৰম্ভ ভূঞা নামৰ এজন ব্যক্তিয়ে নিৰ্মল দাস নামৰ আন এজনক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰে ৷

By

Published : Jul 6, 2019, 10:49 PM IST

অবৈধ প্ৰেমৰ বাবে চুৰীৰে আঘাত এজনক

গুৱাহাটী,৬জুলাই : শনিবাৰে গুৱাহাটী মহানগৰীৰ ভেটাপাৰাত সংঘটিত হয় ভয়ংকৰ ঘটনা । হাৰম্ভ ভূঞা নামৰ এজন ব্যক্তিয়ে নিৰ্মল দাস নামৰ আন এজনক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰে । যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় নিৰ্মল দাস । সংকটজনক অৱস্থাত দাসক ভৰ্তি কৰা হয় জি এম চি এইচত ।

অবৈধ প্ৰেমৰ বাবে চুৰীৰে আঘাত এজনক

তথ্য অনুসৰি, হাৰম্ভ ভূঞাৰ পত্নীৰ লগত নিৰ্মলৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল । এই অবৈধ প্ৰেমৰ বাবেই হাৰম্ভ ভূঞাই আক্ৰমণ কৰে নিৰ্মল দাসক ।

ABOUT THE AUTHOR

...view details