- নিৰ্বাচনত বিজেপিৰে এন পি পিৰ মিত্ৰতা নহয়
- উত্তৰ -পূবৰ পঁচিশখন আসনত এককভাৱে প্ৰতিদ্বন্দিতা কৰিব NPP এ
- নিৰ্বাচনৰ ফলাফলৰ পাচতহে মিত্ৰতাৰ কথা ভাবিব বুলি উল্লেখ কনৰাড চাংমাৰ
- ৰেডিছন ব্লুৰ বৈঠকৰ পৰাই সংবাদ মাধ্যমৰ আগত এই ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নিৰ্বাচনত বিজেপিৰে এন পি পিৰ মিত্ৰতা নহয়
NEDA ৰ বৈঠকৰ পৰাই মিত্ৰতা অস্বীকাৰ কনৰাড চাংমাৰ - LOKSABHA ELECTION
উত্তৰ-পূবৰ 25 খন আসনতে প্ৰতিদ্বন্দিতা কৰিব NPP এ ৷ ৰেডিছন ব্লুত উপস্থিত থাকি এককভাৱে প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কনৰাড চাংমাৰ ৷

নিৰ্বাচনত বিজেপিৰে এন পি পিৰ মিত্ৰতা নহয়