গুৱাহাটী, 3 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ অচিৰেই সম্প্ৰসাৰিত হ'ব লগীয়া কেবিনেটত স্থান পাব নেকি অসমৰ প্ৰভাৱী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ! এটা ৱেব পৰ্টেলত প্ৰকাশিত এক প্ৰতিবেদনত মোদীৰ সম্প্ৰসাৰিত কেবিনেটত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম অন্তৰ্ভুক্ত হ'ব বুলি উল্লেখ কৰাৰ পিছতে বিষয়টোৱে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে। কেৱল সেয়ে নহয়, ড৹ শৰ্মাক ৰে'ল মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হ'ব বুলিও চৰ্চা চলিছে ।
দিল্লীলৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মা ? - ৰে'ল মন্ত্ৰী
এটা ৱেৱ পৰ্টেলত প্ৰকাশিত এক প্ৰতিবেদনত মোদীৰ সম্প্ৰসাৰিত কেবিনেটত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ ড৹ শৰ্মাক ৰে'ল মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হ'ব বুলিও চৰ্চা চলিছে ।

দিল্লীলৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মা ?
উল্লেখ্যখনীয় যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে কেবিনেট মন্ত্ৰীৰ সংখ্যা বঢ়োৱাৰ কথা আছিল যদিও ক'ভিড- 19 কেন্দ্ৰিক অচলাৱস্থাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল । আনহাতে,মোডী চৰকাৰৰ দুই জেষ্ঠ কেবিনেট মন্ত্ৰী তথা অন্যতম সমৰ কৌশল ৰচোতা ক্ৰমে অৰুণ জেটলী আৰু সুষমা স্বৰাজ অকাল মৃত্যুৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ পৰিচালনা কৰাটো জটিল হৈ পৰিছে । গৃহমন্ত্ৰী অমিত শ্বাহৰো স্বাস্থ্যৰ অৱস্থা ভাল নহয় ।
দিল্লীলৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মা ?
লগতে পঢ়ক- ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতাৰণা বিৰোধী দিৱস
Last Updated : Aug 4, 2020, 5:38 PM IST