অসম

assam

ETV Bharat / city

9 বজাৰ শীৰ্ষ 10টা বাতৰি - undefined

9 বজাৰ শীৰ্ষ 10টা বাতৰি

news-at-9top-10
9 বজাৰ শীৰ্ষ 10টা বাতৰি

By

Published : Nov 19, 2021, 9:03 AM IST

Kampur Road Accident : ৰাস নচা নহ’ল মাম্পীৰ !

ৰাস নাচিবলৈ আহি মৃত্যুক আঁকোৱালি ল’লে এগৰাকী যুৱতীয়ে ৷ তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিয়ে যুৱতীগৰাকী আহি থকা স্কুটীখন ৷


ৰাস পূৰ্ণিমা: ৰাজ্যৰ ক’ত, কেনেকৈ উদযাপন কৰা হৈছে ৰাসোৎসৱ ?

আজি ৰাস পূৰ্ণিমা ৷ ক’ভিড মহামাৰীৰ ভয়বহতাৰ মাজতো চৰকাৰী নীতি-নিৰ্দেশনা মানি ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাস মহোৎসৱ ৷ ক’ত, কেনেদৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া ? সৱিশেষ এই বিশেষ প্ৰতিবেদনত...


অসম সাহিত্য সভা ভৱনত উন্মোচন সাহিত্য সভাৰ তিনিখন গ্ৰন্থ

বৃহস্পতিবাৰে গুৱাহাটীৰ সাহিত্য সভাৰ কাৰ্যালয়ৰ সভাকক্ষত উন্মোচন কৰা হয় সাহিত্য সভাই প্ৰকাশ কৰা হয় তিনিখন গ্ৰন্থ । সভাত উপস্থিত থাকে সাহিত্য সভাৰৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা আৰু উপ-সভাপতি মৃনালিনী দেৱীৰ ৷


সতীৰ্থ মন্ত্ৰীৰ লগত সহযোগ নাই নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহংকাৰী ৷ শিক্ষকক সন্মান কৰিব নাজানে তেওঁ ৷ সতীৰ্থ মন্ত্ৰীৰ লগত সহযোগ নাই ড৹ শৰ্মাৰ ৷ জানো আহক কোনে কিয় কৰিলে অভিযোগ ৷


অসমৰ সাৰ্বভৌমত্বৰে আপোচ নকৰাৰ হুংকাৰ আলফা(স্বা)ৰ সেনাধ্যক্ষৰ সেনাধ্যক্ষ

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আলফাৰ সাৰ্বভৌমত্বৰ দাবী আৰু ভাৰতৰ সংবিধানৰ গণ্ডীৰ মাজত সঠিক ভাৰসাম্য বজাই ৰাখি আলফা(স্বা)ৰ সৈতে শান্তি আলোচনা আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰিছিল ৷ মুখ্যমন্ত্ৰী এই মন্তব্যৰ পাছতেই স্থিতি স্পষ্ট কৰি দিয়ে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷


Tripura Police ৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ সুস্মিতা দেৱৰ

ত্ৰিপুৰাৰ আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৷ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ হোৱাৰ সময়ত আৰক্ষীয়ে এজেহাৰ দাখিবলৈ কৰিবলৈ অমান্য হোৱাৰ কথা কৈ এই অভিযোগ আনিছে সুস্মিতাই ৷


Containment zone হিচাপে ঘোষণা Sainik School Goalpara ক

ৰাজ্যৰ বিদ্যালয়ে বিদ্যালয়ে এতিয়া ক’ভিডৰ সংক্ৰমণ । এইবাৰ গোৱালপাৰা সৈনিক স্কুলৰ ছাত্র আৰু শিক্ষক আক্ৰান্ত হল ক’ভিডত ।


NIA conducts searches: তেলেংগানা আৰু অন্ধ্ৰৰ 14 স্থানত অভিযান

তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত মাওবাদীৰ সন্ধানত NIAৰ তালাচী অভিযান ৷ নিষিদ্ধ চিপিআইৰ সন্ধানত14 টা স্থানত তালাচী অভিযান ৷

অধিক ভাড়া আদায় কৰা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান

ক’ভিডকালীন পৰিস্থিতি আৰু ইন্ধনৰ দাম বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰি মহানগৰীত চিটি বাছ আৰু যাত্ৰীবাহী বাহনসমূহে যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰি আহিছিল ৷ যাত্ৰীৰ অভিযোগৰ ভিত্তিত পৰিবহণ বিভাগে বৃহস্পতিবাৰে চিটি বাছ আৰু যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে চলায় অভিযান ৷


হুইল চেয়াৰত বহুৱাই Indo-China war ৰ সময়ৰ ব্ৰিগেডিয়াৰক ক’লৈ লৈ গ’ল ৰাজনাথ সিঙে ?

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰেজাংলাত ১৯৬২ ভাৰত-চীন যুদ্ধৰ স্মাৰক উন্মোচন কৰে, নিজে হুইল চেয়াৰত বহুৱাই সেই সময়ৰ ব্ৰিগেডিয়াৰক লৈ গ’ল স্মাৰকলৈ ।

For All Latest Updates

TAGGED:

news@9

ABOUT THE AUTHOR

...view details