ৰেডিশ্বনলৈ আৰু এজন বিসম্বাদীৰ আগমণ : অংক 47+1
হোটেল ৰেডিশ্বন ব্লুলৈ আৰু এজন বিসম্বাদীৰ আগমন ৷ এইপৰ্যন্ত 47 জন বিদ্ৰোহী বিধায়কে বাহৰ পতা হোটেলখনলৈ বুলি উৰা মাৰিছে মহাৰাষ্ট্ৰৰ আন এজন বিসম্বাদী তথা ৰাজ্যখন কেবিনেট মন্ত্ৰী উদয় সামন্তই (Maharashtra political crisis)৷
অৱশেষত হোটেল ৰেডিশ্বন ব্লুৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৱশেষত ৰেডিশ্বন ব্লুৰ সন্মুখত দেখা গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ হোটেলখনৰ সন্মুখত গাড়ী ৰখাই সাংবাদিকৰে কৰিলে বাৰ্তালাপ ৷
Tripura By poll Update: মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ জয়লাভ
ত্ৰিপুৰাত গেৰুৱা দলৰ সিংহাসন (BJP win 3 seats in Tripura By election)৷8 নং টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ পৰা জয়লাভ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ জয়লাভ (CM Dr. Manik Saha wins) ৷
Accident in Karnataka:কৰ্ণাটকত পথ দুৰ্ঘটনাত 9 গৰাকী নিহত
কৰ্ণাটকৰ বেলাগাইত দেওবাৰে পুৱা অঘটন । বেলাগাভিলৈ এখন ক্ৰুইজাৰ বাহনত কাম কৰিবলৈ যোৱাৰ সময়ত প্ৰাণ হেৰুৱালে 9 গৰাকীয়ে ।
ATS ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তিস্তা চেতলৱাড়ৰ
গুজৰাটৰ হিংসাত্মক ঘটনা সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ দিয়া মানৱ অধিকাৰ কৰ্মী তিস্তা চেতলৱাড়ক গ্ৰেপ্তাৰ (Teesta Setalvad arrested)। গুজৰাট এটিএছয়ে মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰে মানৱ অধিকাৰ কৰ্মী তথা সাংবাদিকগৰাকীক । এটিএছে আক্ৰমণ কৰাৰ অভিযোগ তিস্তা চেতলৱাড়ৰ ।