Flood in Kaziranga National Park : বানৰ কৱলত কাজিৰঙাৰ ১৪ টা বন শিবিৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও অংশ বানৰ কৱলত পৰিছে (Flood affects Kaziranga National Park)। ১৪ টা বন শিবিৰ জলমগ্ন হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনৰ খুন্দাত উদ্যানৰ ৪ টাকৈ জন্তুৰ মৃত্যু ।
ৰঙিয়াত বানৰ সংহাৰ : বিদ্যুৎ যোগান সম্পূৰ্ণভাৱে ব্যাহত
ৰঙিয়াত অব্যাহত আছে বানৰ তাণ্ডৱ (Flood in Rangia) ৷ ঠায়ে ঠায়ে যোৱা 5 দিনৰ পৰা বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে (Power supply disrupted in Rangia) ৷
Murder case in Guwahati: বন্ধ কোঠাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ
মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ ৷ বশিষ্ঠৰ পাটৰকুছিত এটা বন্ধ কোঠাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় (Dead body rescued at patarkuchi Basistha) ৷
ভগ্নীৰ বান্ধৱীক ধৰ্ষণৰ অপৰাধত হায়দৰাবাদত আটক ২৩ বছৰীয়া যুৱকক
হায়দৰাবাদত সংঘটিত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা(Hyderabad rape case) । বান্ধৱীৰ ভাতৃৰ কামনাৰ বলি হ'ল এগৰাকী মহিলা(23 year old rapes her colleague at her house) । ভগ্নীৰ বান্ধৱীক ধৰ্ষণৰ অপৰাধত আটক কৰা হ'ল ২৩ বছৰীয়া যুৱকজনক ।
পঞ্চায়ত সদস্যৰ ওপৰত খং উঠিছে বিধায়ক ৰামকৃষ্ণ ঘোষৰ
বানত ককবকাইছে ৰাজ্যবাসী (Flood situation in Assam)। আনহাতে হোজাইত খাদ্য সামগ্ৰী বিতৰণক লৈ খোৱা কামোৰা লাগিছে বিজেপি নেতা-কৰ্মীৰ মাজত । বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু পঞ্চায়তৰ সদস্যৰ মতানৈক্যই উত্তেজনাৰ সৃষ্টি কৰিছে হোজাই জিলাত ৷