মাৰাডোনাৰ ঘড়ী চুৰি কাণ্ডৰ নতুন মোৰ : বিপাঙত আৰক্ষী
ডুবাইৰ পৰা মাৰাডোনাৰ HUBLOT ঘড়ী চুৰি(Stolen Hublot watch of Maradona) কৰাৰ অভিযোগত যোৱা 11 ডিচেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৱাজিদ হুছেইনক ৷ কিন্তু সম্প্ৰতি ঘটনাই লৈছে নতুন মোৰ ৷ মুকলি আকাশৰ তললৈ যাব নেকি ঘড়ী চোৰৰ এই অভিযুক্ত ? সবিশেষ জানো আহক ৷
কৃষকক একেডৰা মাটিত কেইবাটাও খেতি কৰাৰ আহ্বান বিধায়ক দিগন্ত কলিতাৰ
ৰাজ্যত আৰম্ভ হৈছে কৃষি বিপ্লৱ(Agricultural Revolution in Assam) ৷ শেহতীয়াকৈ কমলপুৰৰ দ্বিগুণপাৰতো আৰম্ভ হৈছে কৃষি বিপ্লৱ(Agricultural Revolution at Kamalpur) ৷ ৰবি শস্য খেতিৰে কমলপুৰবাসী গঞাই দেখিছে শস্য শ্যামলাৰ সপোন ৷
Lok Sabha Election 2024: দায়িত্ব বাঢ়িল সোণোৱাল, তেলী, কলিতা, ৰয়, তাচাৰ
২০২৪ ৰ লোকসভা নিৰ্বাচন(Lok Sabha Election 2024 )ৰ বাবে টঙালি বান্ধিছে বিজেপি দলে ৷ বিজেপিৰ দখলত নথকা চাৰিটা সমষ্টিত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ বিশেষভাৱে দায়িত্ব অৰ্পণ পাঁচ সাংসদক ।
ড্ৰাগছ নিৰ্মূলৰ বাবে নতুন খোজ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ
শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ মহিলা শাখাৰ (National Human Rights Crime Control Bureau against Drugs) । সংস্থাটোৰ মহিলা শাখাৰ নগাঁও জিলা সমিতি ঘোষণা কৰি মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কৰিব লগা কাৰ্যসূচীৰ বিষয়েও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে সংগঠনটোৰ সাধাৰণ সম্পাদিকা চাহনাজ চুলতানাই ৷
কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে : শ্বেৰমান আলী
বাঘবৰত উপস্থিত হৈ শ্বেৰমান আলীয়ে ক’লে, মিঞা মিউজিয়ামক লৈ কংগ্ৰেছৰ বহু বিধায়কৰ সমৰ্থন আছিল(Sherman Ali on Miya museum ) ৷ কংগ্ৰেছৰ বহু বিধায়কৰ নিজে কিবা কৰাৰ সামৰ্থও নাই আৰু আনে কিবা কৰিব বিচাৰিলে সন্মুখৰ পৰা প্ৰতিবাদ কৰাৰো সাহস নাই ৷ কংগ্ৰেছৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলক মীৰ জাফৰ ৷ সবিশেষ জানো আহক ৷