Tripura Violence : জামিন লাভ কৰিলে চায়নি ঘোষে
ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে আটক কৰা তৃণমূল কংগ্ৰেছৰ যুৱ মৰ্চাৰ সভাপতি চায়নি ঘোষক জামিন প্ৰদান ৷ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰে তৃণমূল নেত্ৰী গৰাকীক ৷
Maligaon murder Case : অৱশেষত গ্ৰেপ্তাৰ হ'ল হত্যাকাৰী বিকি সাহানী
অৱশেষত 17 দিনৰ অন্তত মালিগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত (accused of maligaon murder case) বিকি সাহানীক জালুকবাৰী আৰক্ষীয়ে কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে (Jalukbari Police arrested biki Sahani) ৷ 5 নৱেম্বৰৰ দিনা নিশা চকীদাৰ তৰুণ ডেকাৰ সৈতে কিবা কথাক লৈ বিকি সাহানীৰ তৰ্ক বিতৰ্কৰ সূত্ৰপাত হৈ তৰুণ ডেকাক হত্যা কৰে বিকি সাহানীয়ে ।
Uttam Yudh Seva Medal অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ
অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা সেৱাৰ বাবে উত্তম যুদ্ধ সেৱা পদক প্ৰদান কৰা হৈছে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই সন্মান জনালে সেনা বিষয়া গৰাকীক ৷
তৃণমূলৰ কৰ্মী, সাংবাদিকক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল নেকি বিপ্লব কুমাৰ দেৱে ?
ত্ৰিপুৰাৰ টিএমচি নেতা কৰ্মী আৰু সাংবাদিকক আক্ৰমণ কৰাৰ বাবে বিজেপিৰ সমৰ্থকক নিৰ্দেশ দিছিল নেকি মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ? জানো আহক কিয় এই অভিযোগ কৰিলে ৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক অপসাৰণ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক ৰাজ্যপালে কৰিলে অপসাৰণ । এক দীঘলীয়া ন্যায়িক যুঁজৰ অন্তত সোমবাৰে অপসাৰিত কৰা হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এসময়ৰ বিৰ্তকিত উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক ।