Akhil met CM : কইনাধৰাত এঘন্টা কি কথা পাতিলে অখিল গগৈ-হিমন্ত বিশ্ব শৰ্মাই ?
কইনাধৰাৰ চৰকাৰী অতিথিশালাত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা(Himanta Biswa Sarma) আৰু অখিল গগৈ(Akhil Gogoi)ৰ এঘন্টাজোৰা এক আলোচনা ৷ উক্ত আলোচনাত মূলতঃ শিৱসাগৰ সমষ্টি(Sibsagar)ৰ বিভিন্ন সমস্যাই অগ্ৰাধিকাৰ পায় ৷ এই আলোচনাৰ সময়চোৱাত মুখ্যমন্ত্ৰীৰ হাতত 16 দফীয়া এখন স্মাৰকপত্ৰও দাখিল কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে ৷
Congress Protest : 150 কিলোমিটাৰ পদযাত্ৰাৰে চৰকাৰৰ বিৰোধ ৰিপুন বৰাৰ
"জনজাগৰণ অভিযান" ক নেতৃত্ব দি গহপুৰত ৰিপুণ বৰাৰ বিশাল পদযাত্ৰা ৷ ক্ষুৰধাৰ সমালোচনাৰে থকা-সৰকা বিজেপিক ৷
IND VS NZ third T20: 3-0 ৰ ব্যৱধানত শৃংখলা জয় ভাৰতৰ
দেওবাৰে তৃতীয়খন T20 ত (IND VS NZ third T20) ভাৰতৰ হাতত পৰাস্ত হয় নিউজিলেণ্ড ৷ এই বিজয়েৰে চিজিৰত 3-0 ত জয়লাভ ভাৰতৰ ৷
Pulwama আক্ৰমণত জড়িত আছিল নেকি ই-কমাৰ্চ পৰ্টেল Amazon ?
পুনৰ ই-কমাৰ্চ পৰ্টেল আমাজন (E-commerce portal Amazon)ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ । অনলাইনত নিষিদ্ধ সামগ্ৰী বিক্ৰীৰ বাবে CAITয়ে কিয় দোষাৰোপ কৰিলে আমাজনক ?
Farm Laws Repeal : কৃষি আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া কমৰেড অৰূপ কুমাৰ মহন্তৰ
কৃষক বিৰোধী কৃষক আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া কমৰেড অৰূপ কুমাৰ মহন্তই প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ সাত শতাধিক কৃষক শ্বহীদৰ ত্যাগে পিছ হুহকিবলৈ বাধ্য কৰালে মোডী চৰকাৰক ৷ যাৰ বাবে নগাঁৱত 15 দিনীয়াকৈ পতা হৈছে কৃষক আইনৰ বিজয় উৎসৱ ৷