অসম

assam

By

Published : Oct 31, 2019, 3:30 PM IST

ETV Bharat / city

ৰাজ্যজুৰি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

চৰ্দাৰ বল্লভ ভাই পেটেলৰ দেশ গঠনত আগবঢ়োৱা অৰিহণাৰ প্ৰতি স্মৰণ কৰি সমগ্ৰ দেশত বুধবাৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱসৰূপে পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে উলিওৱা হয় একতাৰ দৌৰ।

ৰাজ্যজুৰি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

গুৱাহাটী, 31 অক্টোবৰঃআধুনিক ভাৰতৰ নিৰ্মাতা চৰ্দাৰ বল্লভ ভাই পেটেলৰ আজি জন্মজয়ন্তী। দেশজুৰি সোঁৱৰণ চৰ্দাৰ বল্লভ ভাই পেটেলক ৷ লৌহ মানৱ গৰাকীক শ্ৰদ্ধা জনাই ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় ৷ ৰাজ্যৰ বিভিন্ন জিলাত, জিলা প্ৰশাসনৰ উদ্যাগত আয়োজন কৰা হয় 'একতাৰ দৌৰ' কাৰ্যসূচী ৷ বিভিন্ন প্ৰান্তত উদযাপন কৰা একতাৰ দৌৰ কাৰ্যসূচী সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...

ৰাজ্যজুৰি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

For All Latest Updates

ABOUT THE AUTHOR

...view details