অসম

assam

ETV Bharat / city

সপৰিয়ালে পিতৃৰ সমাধিক্ষেত্ৰত তেজ হাজৰিকা - Tej Hazarika

ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত পুত্ৰ তেজ হাজৰিকাসহ পৰিয়ালবৰ্গসহ উপস্থিত হয় ৷

ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত পুত্ৰ তেজ হাজৰিকাসহ পৰিয়ালবৰ্গ

By

Published : Aug 10, 2019, 8:10 PM IST

জালুকবাৰী, 10 আগষ্টঃ জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত পুত্ৰ তেজ হাজৰিকা। ভাৰত ৰত্ন পোৱাৰ পিছত শণিবাৰে গুৱাহাটীত উপস্থিত হৈ সমাধিক্ষেত্ৰত পত্নী কেন্দেচে হাজৰিকা, পুত্ৰ চেজ হাজৰিকাসহ সপৰিয়ালে আহি সেৱা জনাই তেজ হাজৰিকাই। ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰি স্মৰণ কৰে পিতৃক। তেজ হাজৰিকাৰ লগত সমাধিক্ষেত্ৰত উপস্থিত থাকে ভাতৃ নিপেন হাজৰিকা আৰু ভতিজা ডাৱৰ হাজৰিকা।

ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত পুত্ৰ তেজ হাজৰিকাসহ পৰিয়ালবৰ্গ

ABOUT THE AUTHOR

...view details