গুৱাহাটী, 27 জানুৱাৰীঃ BTAD ৰ সলনি গঠন কৰা হ’ল BTR ৰ ৷ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু শান্তি আলোচনাপন্থী এনডিএফবিৰ মাজত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকত স্বাক্ষৰিত হ’ল তৃতীয়খন বড়ো চুক্তি ৷ এই চুক্তি স্বাক্ষৰৰ পাচতেই গঠন কৰা হ’ল ‘‘Bodoland Territorial Region’’ ৷ এই চুক্তিৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা মুমিনুল আবালে ৷ নেতাগৰাকীয়ে কয়,
বড়ো শান্তি চুক্তিঃ মুমিনুল আবালৰ প্ৰতিক্ৰিয়া - NDFB
আজি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু শান্তি আলোচনাপন্থী এনডিএফবিৰ মাজত স্বাক্ষৰিত হ’ল তৃতীয় বড়ো চুক্তি ৷ এই চুক্তিৰ স্বাক্ষৰৰ পাচত বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা মুমিনুল আবালৰ প্ৰতিক্ৰিয়া ৷
বড়ো শান্তি চুক্তিঃ মুমিনুল আবালৰ প্ৰতিক্ৰিয়া
‘‘ইয়াৰ দ্বাৰা সমাধান হ’ল বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ ৷ আমি ইয়াক আদৰণি জনাইছো ৷ বিটিচিত থকা অবড়ো সকলোৰো স্বাৰ্থ এশ শতাংশ সুৰক্ষিত হৈ শান্তি সম্প্ৰীতি বৰ্তি থাকে তাৰে কামনা কৰিছো ৷’’