মোডী এতিয়া সকলোতে ! কি ৰং কি ফিছকাৰী সকলোতে মাথো মোডী - holi
হোলীৰ বতৰত এতিয়া বজাৰ ভৰি পৰিছে মোডী ব্ৰেণ্ডেৰে
![মোডী এতিয়া সকলোতে ! কি ৰং কি ফিছকাৰী সকলোতে মাথো মোডী](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2736246-1004-ddf7bb52-bb16-4ef2-850e-e6bc60d18a51.jpg)
মোডী এতিয়া সকলোতে !
গুৱাহাটী,১৮ মাৰ্চঃ দেশত এতিয়া নিৰ্বাচনৰ বতৰ । চৌকিদাৰ মোডীৰ পৰা ফাকুৱাৰ ৰঙলৈকে সকলোতে মোডীৰ ব্যাপক চৰ্চা । ৰঙৰ উৎসৱ হোলীৰ বতৰত এইবাৰ ব্যাপক হাৰত চাহিদা বাঢ়িছে মোডী ব্ৰেণ্ডৰ । আবিৰৰ পৰা আৰম্ভ কৰি ফিছকাৰীলৈকে সকলোবোৰ সামগ্ৰীৰ এতিয়া মোডী ব্ৰেণ্ডত উপলব্ধ ।
হোলীৰ বতৰত এতিয়া বজাৰ ভৰি পৰিছে মোডী ব্ৰেণ্ডেৰে