চিকিৎসকৰ ওপৰত আক্ৰমণঃ বাগিচাত কি অৱস্থা চিকিৎসা সেৱাৰ ! - চিকিৎসা সেৱা
সৰ্বভাৰতীয় চিকিৎসা সেৱা সন্থাৰ তথ্য অনুসৰি বিগত এটা বছৰত অসমত প্ৰতি মাহে গড়ে একোটাকৈ চিকিৎসক নিগ্ৰহৰ ঘটনা ঘটি আহিছে ।

চিকিৎসকৰ ওপৰত আক্ৰমণঃ বাগিচাত কি অৱস্থা চিকিৎসা সেৱাৰ !
গুৱাহাটী,11চেপ্তেম্বৰঃ ৰাজ্যৰ চাহ বাগিছা চিকিৎসা সেৱাৰ বিধস্ত ৰূপ ৷ পঞ্জীয়নভুক্ত এহাজাৰ বাগিচাৰ ৫০০ খনতেই নাই চিকিৎসক , বাগিচাৰ হাস্পতালত এতিয়াও খালি হৈ আছে ৬৬০ টা ফাৰ্মাচিষ্টৰ পদ ৷ খালি হৈ আছে ২০০ জি এন এম নাৰ্চৰ পদ,৩০০ এ এন এম আৰু ১৭৫ টা স্বাস্থ্য সহায়কৰ পদো খালী ৷ এই সম্পৰ্কত চাওক আমাৰ সাংবাদিক গৌতম বৰুৱাৰ এক প্ৰতিবেদন........
চিকিৎসকৰ ওপৰত আক্ৰমণঃ বাগিচাত কি অৱস্থা চিকিৎসা সেৱাৰ !