অসম

assam

ETV Bharat / city

হেলিকপ্টাৰেৰে ধূলি উৰুৱাই ইখনৰ পাচত সিখন নিৰ্বাচনী সভাত বিজেপি নেতৃত্ব - মহেন্দ্ৰ সিং

গহপুৰ, মৰাণ, টিয়ক আৰু কলিয়াবৰলৈ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অসম প্ৰভাৰী মহেন্দ্ৰ সিং

ইখনৰ পাচত সিখন নিৰ্বাচনী সভাত বিজেপিৰ নেতৃত্ব

By

Published : Mar 27, 2019, 3:16 PM IST

গুৱাহাটী, 27 মাৰ্চ :খানাপাৰাৰ পৰা গহপুৰলৈ বুধবাৰে উৰিল হেলিকপ্টাৰ। হেলিকপ্টাৰত উঠি আজি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অসম প্ৰভাৰী মহেন্দ্ৰ সিঙে৷

ইখনৰ পাচত সিখন নিৰ্বাচনী সভাত বিজেপিৰ নেতৃত্ব
গহপুৰৰ পৰা পোনে পোনে ক্ৰমে মৰাণ,টিয়কলৈ আৰু কলিয়াবৰলৈ যাব দুই বিজেপি নেতা ৷ চাৰিটাস্থানতনিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে নিৰ্বাচনী সভাৰ স্থান সমূহো পৰ্যবেক্ষণ কৰিব দুয়োজন নেতাই ৷

ABOUT THE AUTHOR

...view details