অসম

assam

ETV Bharat / city

দীপাৱলী উপলক্ষে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা - কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দেওবাৰে নিশা কৰিলে এই ঘোষণা ৷

local holiday for diwali in kamrup metro

By

Published : Oct 27, 2019, 11:29 PM IST

গুৱাহাটী, ২৭ অক্টোবৰঃ দীপাৱলী উপলক্ষে সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । এই স্থানীয় বন্ধৰ সময়ত চৰকাৰী কাৰ্যালয়, শিক্ষা-প্ৰতিষ্ঠান আৰু বেংকসমূহ বন্ধ থাকিব । এন আই এক্টৰ অধীনত এই বন্ধ ঘোষণা কৰা হৈছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দেওবাৰে নিশা এই কথা ঘোষণা কৰিছে ।

ABOUT THE AUTHOR

...view details