মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি - মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি
ৰাজ্যৰ ৰাজপথ কঁপালে কৃষক মুক্তিয়ে ৷ শুকুৰবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

ৰাজ্যৰ ৰাজপথ কঁপালে কৃষক মুক্তিয়ে
গুৱাহাটী,27ছেপ্টেম্বৰঃ ৰাজ্যজুৰি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথ কঁপালে কৃষক মু্ক্তি সংগ্ৰাম সমিতিয়ে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলাই জিলাই উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ লগতে চৰকাৰ বিৰুধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাওক এক প্ৰতিবেদনঃ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি