অসম

assam

ETV Bharat / city

মহানগৰীত প্ৰবঞ্চক আটক - assam

মঙলবাৰে মহানগৰীৰ ছয়মাইলৰ পৰা আটক এটা প্ৰবঞ্চক ৷ ধৃত প্ৰবঞ্চকটোৰ নাম ৰাহুল আমিন ৷

মহানগৰীত প্ৰবঞ্চক আটক

By

Published : Jul 2, 2019, 8:03 PM IST

গুৱাহাটী,2জুলাইঃ

  • মহানগৰীৰ ছয়মাইলৰ পৰা আটক এটা প্ৰবঞ্চক
  • ধৃত প্ৰবঞ্চক ৰাহুল আমিনক আটক
  • কমলপুৰ আৰক্ষীয়ে আটক কৰে প্ৰবঞ্চকগৰাকীক
  • কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাগুৰীৰ ফৰিদ আলি নামৰ এজন লোকৰ গোচৰৰ ভিত্তিত আটক প্ৰবঞ্চকটো
  • টেক্টৰ দিয়াৰ নামত ফৰিদ আলিৰ পৰা ৰাহুল আমিনে লৈছিল প্ৰায় 2 লাখ টকা
  • কমলপুৰ আৰক্ষী থানাৰ এটা দলে মহানগৰীৰ ছয়মাইলৰ পৰা আটক কৰে প্ৰবঞ্চকটোক
    মহানগৰীত প্ৰবঞ্চক আটক

ABOUT THE AUTHOR

...view details