অসম

assam

ETV Bharat / city

তৰালী শৰ্মাৰ নতুন গীত - আমেৰিকা

তৰালী শৰ্মাৰ কণ্ঠত নতুন গীত ৷ গীতটোত অভিনয় কৰিছে আমেৰিকা নিবাসী বনময়ূৰী কলিতা আৰু তেওঁৰ কন্যা অনন্য কলিতাই ।

গুৱাহাটী প্ৰেছক্লাবত মুকলি তৰালী শৰ্মাৰ এটি গীত

By

Published : Jun 2, 2019, 8:54 PM IST

গুৱাহাটী,২জুন : দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত তৰালী শৰ্মাৰ এটি গীত মুকলি কৰা হয় । গীতটোত অভিনয় কৰিছে বনময়ূৰী কলিতা আৰু তেওঁৰ কন্যা অনন্য কলিতাই ।

গুৱাহাটী প্ৰেছক্লাবত মুকলি তৰালী শৰ্মাৰ এটি গীত

বনময়ূৰী কলিতা কৰ্মসূত্ৰে দেশৰ বাহিৰত থাকে যদিও আপোন কলা-সংস্কৃতিৰ প্ৰতি থকা তাড়নাৰ বাবেই অব্যাহত ৰাখিছে সংস্কৃিতৰ চৰ্চা । বনময়ূৰীয়ে আমেৰিকাৰ কলৰাডোত নাট্যসংগম ডান্স একাডেমী স্থাপন কৰি সত্ৰীয়া আৰু ভাৰতনাট্যমৰো প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ গীতৰ ভিডিঅ'টোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব নোৱৰা বনময়ূৰী কলিতাই বিদেশৰ পৰাই মনৰ অনুভৱ ব্যক্ত কৰে ৷

ABOUT THE AUTHOR

...view details