গোগামুখত শেষকৃত্য সম্পন্ন হ'ব ভাষাবিদ টাবুৰাম টাইডৰ - গোগামুখ
গোগামুখত শেষকৃত্য সম্পন্ন কৰা হ'ব বিশিষ্ট শিক্ষাবিদ তথা ভাষাবিদ টাবুৰাম টাইডৰ৷ শিক্ষাবিদগৰাকীৰ শেষকৃত্যৰ বাবে মিচিংস্বায়ত্ব পৰিষদৰ বিশেষ ব্যৱস্থা ।

গোগামুখত শেষকৃত্য সম্পন্ন হ'ব ভাষাবিদ টাবুৰাম টাইডৰ
গুৱাহাটী,17 আগষ্টঃ
- ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হব টাবুৰাম টাইডৰ শেষকৃত্য
- হেলিকপ্টাৰেৰে নশ্বৰদেহ লৈ যোৱা হ'ব গোগামুখলৈ
- বৰ্তমান মহানগৰীৰ এপ'ল' হাস্পতালৰ পৰা বেলতলাৰ বাসগৃহলৈ লৈ যোৱা হৈছে নশ্বৰ দেহ
- গুৱাহাটীৰ বেলতলাস্থিত বাসগৃহতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব গুণমুগ্ধ সকলে
- দেওবাৰে গোগামুখত শেষকৃত্য সম্পন্ন কৰা হ'ব ভাষাবিদ টাবুৰাম টাইডৰ গোগামুখত শেষকৃত্য সম্পন্ন হ'ব ভাষাবিদ টাবুৰাম টাইডৰ