অসম

assam

ETV Bharat / city

আধুনিক ড্ৰাগ উন্নয়ন পদ্ধতি আৱিস্কাৰ আইআইটি গুৱাহাটীৰ গৱেষকৰ - আধুনিক ড্ৰাগ উন্নয়ন পদ্ধতি আৱিস্কাৰ আইআইটি গুৱাহাটীৰ গৱেষকৰ

আধুনিক ড্ৰাগ উন্নয়ন পদ্ধতি আৱিস্কাৰ আইআইটি গুৱাহাটীৰ গৱেষকৰ ৷ এই দুই গৱেষক হ'ল প্ৰফেচাৰ ভিভিন ৰামাকৃষ্ণণ আৰু প্ৰফেচাৰ চিচি কাৰ্থাই ৷

আধুনিক ড্ৰাগ উন্নয়ন পদ্ধতি আৱিস্কাৰ আইআইটি গুৱাহাটীৰ গৱেষকৰ
আধুনিক ড্ৰাগ উন্নয়ন পদ্ধতি আৱিস্কাৰ আইআইটি গুৱাহাটীৰ গৱেষকৰ

By

Published : Mar 9, 2021, 10:01 PM IST

নিউজ ডেস্ক,9 মাৰ্চ:আয়ুৰ্বেদিক দৰৱ আমালাকি ৰাসায়নাৰ কাৰ্য ক্ষমতাৰ ধৰণ বুজিবৰ বাবে এক আধুনিক ড্ৰাগ উন্নয়ন পদ্ধতি ব্যৱহাৰ কৰিছে আইআইটি গুৱাহাটীৰ বায়'ছায়েন্স এণ্ড বায়'ইঞ্জিনিয়াৰিঙৰ প্ৰফেচাৰ ভিভিন ৰামাকৃষ্ণণ আৰু একাডেমী অৱ কাৰ্ডিঅ' ভেছকুলাৰ ছায়ন্সৰ প্ৰফেচাৰ চিচি কাৰ্থাই ৷

ছিষ্টেমছ বায়'লজী এণ্ড এপ্লিকেছন নামৰ এখন গৱেষণা পত্ৰত প্ৰকাশ পোৱা এক লেখাত তেওঁলোকে প্ৰকাশ কৰিছে কিদৰে উষ্ণতাত আমালাকি ৰাসায়নাই ৰক্তচাপ কম কৰি ৰাখে ৷

দুয়োগৰাকীয়ে পূৰ্বে এই কথা প্ৰকাশ কৰিছিল যে, আমালাকি ৰাসায়না বহু দিন ধৰি গ্ৰহণ কৰি থাকিলে হৃদপিণ্ডৰ ক্ৰিয়া উন্নত হয় ৷

লগতে পঢ়ক :উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটৰ পদত্যাগ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details