অসম

assam

ETV Bharat / city

HS Exam result 2022: কলা শাখাৰ শীৰ্ষ দহটা স্থানত জিলিকিল এইসকল ছাত্ৰ-ছাত্ৰী - HS Exam result 2022

আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল(HS Exam result 2022) ৷ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত শীৰ্ষ দহটা স্থান লাভ কৰাসকল হ’ল ক্ৰমে....

HS Arts Result
কলা শাখাৰ শীৰ্ষ দহটা স্থানত

By

Published : Jun 27, 2022, 9:01 AM IST

প্ৰথম স্থান

সাধনা দেৱী, কামৰূপ গ্ৰাম্য, 487

487 চেৰী গোহাঁই, তিনিচুকীয়া, 447

দ্বিতীয় স্থান

বিদিশা মিশ্ৰ, নলবাৰী, 486

তৃতীয় স্থান

সুদীপ্ত দেৱনাথ, হোজাই 483

নীলয় কুৰ্মী, নগাঁও, 483

চতুৰ্থ স্থান

প্ৰিয়ংকা বৈশ্য, নলবাৰী, 481

কলা শাখাৰ শীৰ্ষ দহটা স্থানত

পঞ্চম স্থান

মধুস্মিতা বেজবৰুৱা, বৰপেটা, 480

প্ৰত্যুষ প্ৰতীম বৰা, নগাঁও, 480

ষষ্ঠ স্থান

দৈৱিক দেৱ, কাছাৰ, 478

মঃ শ্বহীদ আহমেদ খান্দেকাৰ, হোজাই, 478

ৰ’জী ৰৌচন, কামৰূপ গ্ৰাম্য, 478

উপাসনা শইকীয়া, নগাঁও, 478

সপ্তম স্থান

বিশাল বিকাশ বৈশ্য, বৰপেটা, 477

কলা শাখাৰ শীৰ্ষ দহটা স্থানত

অষ্টম স্থান

ৰিয়া শইকীয়া, বৰপেটা, 475

দিক্ষিতা চহৰীয়া , দৰং, 475

অভিনন্দা হাজৰিকা, কামৰূপ মেট্ৰ’, 475

নিখিল দাস, কামৰূপ গ্ৰাম্য, 475

নৱম স্থান

ৰস্না গগৈ, গোলাঘাট, 474

দশম স্থান

অনন্যা সূত্ৰধৰ, বঙাইগাঁও, 473

মেঘনা বৰা, নগাঁও, 473

দেৱীশ্ৰুতি হাজৰিকা, শিৱসাগৰ, 473

ABOUT THE AUTHOR

...view details