অসম

assam

ETV Bharat / city

চতুৰ্থ স্থানত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা - হিয়াশ্ৰী শৰ্মাই মুঠ ৫৯০ নম্বৰ লাভ কৰিছে

আজি ঘোষণা কৰা হ'ল ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । কামৰূপ মহানগৰ জিলাৰ দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যুটীয়াভাৱে লাভ কৰিলে চতুৰ্থ স্থান ।

Hiyashree Sharma of South Guwahati Jatiya Vidyalaya got 4th position
চতুৰ্থ স্থানত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা

By

Published : Jun 6, 2020, 12:24 PM IST

গুৱাহাটী, 6 জুন : আজি ঘোষণা কৰা হ'ল ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । কামৰূপ মহানগৰ জিলাৰ দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যুটীয়াভাৱে লাভ কৰিলে চতুৰ্থ স্থান ।

চতুৰ্থ স্থানত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই প্ৰতিদিনে ৬ ৰ পৰা ৭ ঘন্টালৈ অধ্যয়ন কৰিছিল । হিয়াশ্ৰী শৰ্মাই মুঠ ৫৯০ নম্বৰ লাভ কৰি যুটীয়াভাৱে নলবাৰীৰ লিটিল ফ্লাৱাৰ স্কুলৰ নামস্য ডেকাৰ সৈতে চতুৰ্থ স্থান দখল কৰিছে ।

চতুৰ্থ স্থানত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা

দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ পৰা প্ৰথমবাৰৰ বাবে হিয়াশ্ৰী শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিছে । এইবাৰ ৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে । ভৱিষ্যতে অভিযন্তা হোৱাৰ ইচ্ছা প্ৰকাশ হিয়াশ্ৰীৰ ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details