অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপত চোৰে চলালে তাণ্ডৱ - উলুবাৰী
উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ পৰা চোৰে লুটি নিলে নগদ ধনৰ লগতে সোণৰ অলংকাৰ ৷
![অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপত চোৰে চলালে তাণ্ডৱ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2838033-1056-7c2fc2c8-f46a-4788-9d38-bd66faded7f8.jpg)
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপত চোৰে চলালে তাণ্ডৱ
গুৱাহাটী, ২৯ মাৰ্চঃ গুৱাহাটী মহানগৰীত চোৰৰ তাণ্ডৱ । শুকুৰবাৰে মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপত থকা অভিজিৎ কলিতা নামৰ লোকজনৰ ঘৰত চোৰে চলায় তাণ্ডৱ ।
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপত চোৰে চলালে তাণ্ডৱ