গুৱাহাটী প্ৰেছ ক্লাবত সৰস্বতী পূজা - গুৱাহাটী প্ৰেছ ক্লাবত সৰস্বতীৰ পূজা
গুৱাহাটী প্ৰেছ ক্লাবত সংবাদিকসকল লগ হৈ আয়োজন কৰে সৰস্বতী পূজা
বিদ্য়াৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে মুখৰিত যোৰহাট
গুৱাহাটী, 10 জানুৱাৰীঃ আজি বাগদেৱী বীণাপাণিৰ পূজা। ৰাজ্য়ৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত উলহ মালহেৰে উদযাপন কৰা হৈছে সৰস্বতী পূজা।