গুৱাহাটীত বহিঃৰাজ্যৰ এ টি এম হেকাৰৰ ভয়ংকৰ জাল - ষ্টেট বেংকৰ এ টি এমক লক্ষ্য কৰিছে হেকাৰৰ দলে
মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ সংবাদ মেল ৷
![গুৱাহাটীত বহিঃৰাজ্যৰ এ টি এম হেকাৰৰ ভয়ংকৰ জাল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4327328-thumbnail-3x2-atm.jpg)
গুৱাহাটীত বহিৰাজ্যৰ এ টি এম হেকাৰৰ ভয়ংকৰ জাল
গুৱাহাটীত বহিৰাজ্যৰ এ টি এম হেকাৰৰ ভয়ংকৰ জাল
গুৱাহাটী,3 ছেপ্তেম্বৰ:
- গুৱাহাটীৰ এ টি এম ত পৰিছে বহিঃৰাজ্যৰ হেকাৰৰ চকু
- মহানগৰীৰৰ থানাই থানাই ৰুজু হৈছে অসংখ্য এ টি এম হেকৰ গোচৰ
- সংবাদমেল যোগে এই কথা সদৰি কৰিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে
- ষ্টেট বেংকৰ এ টি এমক লক্ষ্য কৰিছে হেকাৰৰ দলে
- হেকিং সম্পৰ্কে মুম্বাই আৰু দিল্লী আৰক্ষীৰ লগত যোগাযোগ মহানগৰ আৰক্ষীৰ
- হেকাৰৰ দলে এ টি এমত লগাই কেমেৰা সংলগ্ন বিশেষ উপকৰণ
- আৰক্ষীয়ে পৰীক্ষা কৰিছে চি চি টি ভি ভিজুৱেল
TAGGED:
ATM hackers