অসম

assam

ETV Bharat / city

কামাখ্যা ৰে'ল আৰক্ষীৰ জালত ধৃত চোৰ - কামাখ্যা ৰে'ল আৰক্ষী

চলন্ত ৰে'লত সন্ত্ৰাস চলায় অহা ধৃত চোৰক আটক কামাখ্যা ৰে'ল আৰক্ষীৰ ৷ চোৰটোৰ নাম দিলজাৰ হক ৷

কামাখ্যা ৰে'ল আৰক্ষীৰ জালত ধৃত চোৰ

By

Published : Sep 15, 2019, 9:24 PM IST

গুৱাহাটী,15চেপ্তেম্বৰ : দেওবাৰে কামাখ্যা ৰে'ল আৰক্ষীৰ জালত পৰে এটা চোৰ ৷ ধৃত চোৰটোৰ নাম দিলজাৰ হক ৷ ধৃত দিলজাৰে দীৰ্ঘদিন ধৰি চলন্ত ৰে'লত যাত্ৰীসকলক নিচাযুক্ত সামগ্ৰীৰে অচেতন কৰি লুটপাত চলায় আহিছিল ৷ দেওবাৰে অৱশেষত কামাখ্যা ৰে'ল ষ্টেচনত ৰেল নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ চোৰটোক।আৰক্ষীয়ে দিলজাৰৰ পৰা জব্দ কৰে ৫টা মোবাইল ফোন, বহুটো নিচাযুক্ত টেবলেট আৰু আপত্তিজনক সামগ্ৰী ৷

কামাখ্যা ৰে'ল আৰক্ষীৰ জালত ধৃত চোৰ

ABOUT THE AUTHOR

...view details