এজাক বৰষুণে বুৰালে মহানগৰী - ডুব গ'ল চান্দমাৰী , বি.বৰুৱা ৰোড ,
এজাক বৰষুণতে বুৰ গ'ল মহানগৰীৰ বহু অঞ্চল ৷
![এজাক বৰষুণে বুৰালে মহানগৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4149159-thumbnail-3x2-jkl.jpg)
এজাক বৰষুণে বুৰালে মহানগৰী
গুৱাহাটী,16আগষ্ট : এজাক বৰষুণতে বুৰ গ'ল মহানগৰী ৷ বৃহস্পতিবাৰে সন্ধিয়া অহা এজাক বৰষুণত বুৰ যায় মহানগৰীৰ জিএছ ৰোড , অনিল নগৰ , কাহিলিপাৰা, ডাউন টাউন, সুন্দৰপুৰ , জু ৰোড , চান্দমাৰী , বি.বৰুৱা ৰোড , টকৌবাৰী , নবীন নগৰ ৷ এজাক বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ বাবে বিভিন্ন সমস্যাৰ সম্মুখীন হ'বলগীয়া হয় মহানগৰবাসী ৷
এজাক বৰষুণে বুৰালে মহানগৰী