অসম

assam

ETV Bharat / city

ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল ট্ৰেইলাৰ

37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল জে চি বি কঢ়িওৱা এখন ট্ৰেইলাৰ

By

Published : Apr 13, 2019, 12:01 PM IST

ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে ট্ৰেইলাৰ

গুৱাহাটী, ১৩ এপ্ৰিল : শুকুৰবাৰে নিশা গুৱাহাটীত সংঘটিত হয় এক পথ দুৰ্ঘটনা । 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে NL 02 D 4751 নম্বৰৰ এখন জে চি বি কঢ়িওৱা ট্ৰেইলাৰ । তথ্য অনুসৰি আই.এচ.বি.টি.ৰ পৰা বৰাগাঁও অভিমুখে আহি থকা অৱস্থাতে এখন কনটেনাৰে খুন্দিয়াই থৈ যোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰাই ঘাইপথত বাগৰি পৰে ট্ৰেইলাৰখন । দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিশা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় যদিও ঘটনাস্থলীত গড়চুক যানবাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে ট্ৰেইলাৰ

ABOUT THE AUTHOR

...view details