অসম

assam

ETV Bharat / city

কংগ্ৰেছৰ পৰা পদত্যাগ গৌতম ৰয়ৰ - বিজেপিত যোগদান

কংগ্ৰেছৰ পৰা পদত্যাগ গৌতম ৰয়ৰ

By

Published : Aug 10, 2019, 1:32 PM IST

Updated : Aug 10, 2019, 2:20 PM IST

13:13 August 10

বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা

গুৱাহাটী, ১০ আগষ্ট: শনিবাৰে আনুষ্ঠানিক ভাৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গৌতম ৰয়ে ৷ ৰাজ্যৰ ৰাজনীতিত পূৰ্বৰে পৰা চলি অহা পদত্যাগৰ চৰ্চাক সত্য প্ৰমানিত কৰি কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ 

উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছৰ আন এজন বলিষ্ঠ নেতা ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, গৌতম ৰয়েও বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ 

Last Updated : Aug 10, 2019, 2:20 PM IST

ABOUT THE AUTHOR

...view details