- পুনৰ অসমত ধৰা পৰিছে COVID-19 আক্ৰান্ত ৰোগী
- চাৰিগৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি
- আক্ৰান্ত আটাইকেইগৰাকী বঙাইগাঁও জিলাৰ
- বৰ্তমানলৈকে ৰাজ্যত আক্ৰান্তৰ সংখ্যা 41 গৰাকীলৈ বৃদ্ধি
- স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰে এই কথা