মহানগৰীত গীতে-তালে সাহায্য সংগ্ৰহ শিল্পীসমাজৰ - গনেশগুৰি
মহানগৰীৰ গনেশগুৰিত এইবাৰ সংগীত পৰিবেশনৰ জৰিয়তে বান সাহায্য সংগ্ৰহ কৰিবলৈ আগবাঢ়ি আহিল শিল্পীসমাজ

মহানগৰীত গীতে-তালে সাহায্য সংগ্ৰহ শিল্পীসমাজৰ
গুৱাহাটী,28 জুলাই : মহানগৰীৰ গনেশগুৰিত এইবাৰ সংগীত পৰিবেশনৰ জৰিয়তে বান সাহাৰ্য সংগ্ৰহ কৰিবলৈ আগবাঢ়ি আহিল শিল্পীসমাজ ৷ মহানগৰীত দেওবাৰে সাৰথি নামৰ এটা শিল্পী সংগঠনে সংগীত পৰিবেশনৰ জৰিয়তে সাহাৰ্য সংগ্ৰহ কৰি বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ সাৰথিৰ লগত জড়িত শিল্পীসকলে মহানগৰীৰ গনেশগুৰিত ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে ৰাইজক আপ্লুত কৰাৰ লগতে ৰাইজেও আগবঢ়ালে সহায়ৰ হাত ৷
মহানগৰীত গীতে-তালে সাহায্য সংগ্ৰহ শিল্পীসমাজৰ