অসম

assam

ETV Bharat / city

ফেণীৰ আশংকাত নিজম উত্তৰ গুৱাহাটীৰ ফেৰী ঘাট - NORTH GUWAHATI

ফেণীৰ আশংকাত কামৰূপ জিলা প্ৰশাসনে বন্ধ কৰিছে ব্ৰহ্মপুত্ৰত ফেৰী সেৱা ৷ ৪ৰ পৰা ৫ মে' পৰ্যন্ত বন্ধ থাকিব ফেৰীৰ চলাচল

ফেণীৰ আশংকাত নিজম উত্তৰ গুৱাহাটীৰ ফেৰী ঘাট

By

Published : May 4, 2019, 12:50 PM IST

  • মহাবাহু ব্ৰহ্মপুত্ৰত প্ৰচণ্ড ঢৌ
  • ঢৌৰ সমান্তৰালভাৱে বলিছে বতাহ
  • ফেৰী ঘাটত সৃষ্টি হৈছে গৰাখহনীয়া
  • ৰাজ্যত ধুমুহা বতাহৰ আশংকা
  • ফেণীৰ আশংকাত কামৰূপ জিলা প্ৰশাসনে বন্ধ কৰিছে ব্ৰহ্মপুত্ৰত ফেৰী সেৱা
  • আজিৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
  • ৪ আৰু ৫ মে'ত বন্ধ থাকিব ফেৰীৰ চলাচল
  • নিজম উত্তৰ গুৱাহাটীৰ ফেৰী ঘাট
    ফেণীৰ আশংকাত নিজম উত্তৰ গুৱাহাটীৰ ফেৰী ঘাট

ABOUT THE AUTHOR

...view details