অসম

assam

By

Published : Mar 29, 2019, 1:01 AM IST

ETV Bharat / city

গুৱাহাটীত উদ্ধাৰ জাল নোট

গুৱাহাটীৰ কামাখ্যা গেটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৭ খন ১০০ টকীয়া জাল নোট ৷ নাৰায়ণ সৰকাৰ নামৰ এজন যুৱকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এই জাল নোটখিনি ।

গুৱাহাটীত উদ্ধাৰ জাল নোট

গুৱাহাটী, ২৮ মাৰ্চ : বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ কামাখ্যা গেটত উদ্ধাৰ কৰা হয় জাল নোট । নাৰায়ণ সৰকাৰ নামৰ এজন যুৱকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এই জাল নোটখিনি । উদ্ধাৰ হোৱা জাল নোটখিনিত ৭খন ১০০টকীয়া নোট আছিল ।

গুৱাহাটীত উদ্ধাৰ জাল নোট

ইতিমধ্যে আৰক্ষীয়ে নাৰায়ণ সৰকাৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details