অসম

assam

By

Published : Aug 12, 2019, 4:06 PM IST

ETV Bharat / city

আজি পবিত্ৰ ঈদ-উল-আজহাৰ

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত ঈদ-উল-আজহাৰ অৰ্থাৎ ইদোদজ্জোহাৰ ব্যাপক উছাহ উদ্দীপনা ৷ শান্তি আৰু একতাৰ বাবে আল্লাহৰ ওচৰত দোৱা মাগিছে প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বীয়ে।

আজি পবিত্ৰ ঈদ-উল-আজহাৰ

নিউজ ডেস্ক, 12 আগষ্টঃ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সৰোগত কৰি পালন কৰা হৈছে পবিত্ৰ ঈদ-উল-আজহাৰ ৷ মৰিগাঁও,গাড়ীগাঁও,কাকজান ঈদগাহ,তেজপুৰ,শিৱসাগৰ,কলগাছিয়া,অভয়াপুৰী,শিলচৰ,নলবাৰী,ৰঙিয়া,বৰপেটা,দলগাঁও, কৰিমগঞ্জ, চিৰাং,গোসাইগাঁও,খুমটাই,ডুমডুমাৰ ৰূপাই আদিৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈ পবিত্ৰ ঈদ ৷

আজি পবিত্ৰ ঈদ-উল-আজহাৰ

ABOUT THE AUTHOR

...view details