নিউজ ডেস্ক, 2 এপ্ৰিল: কৰিমগঞ্জত ব্যক্তিগত বাহনত ইভিএম উদ্ধাৰৰ পাচত নিলম্বন চাৰি নিৰ্বাচনী বিষয়া ৷ ভাৰতীয় নিৰ্বাচন আয়োগে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ঘোষণা কৰে এই কথা ৷
নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি : নিলম্বন 4 নিৰ্বাচনী বিষয়া - নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি
ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি ৷ নিলম্বন 4 নিৰ্বাচনী বিষয়াক ৷
নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি
কৰিমগঞ্জত এখন ব্যক্তিগত বাহনত ইভিএম উদ্ধাৰৰ পাচত নিলম্বনৰ সন্মুখীন চাৰি বিষয়া ৷ বিজেপি প্ৰাৰ্থী তথা পাথাৰকান্দি সমষ্টিৰ বৰ্তমানৰ বিধায়ক কৃষ্ণেন্দু পালৰ বাহনত উদ্ধাৰ হৈছিল ইভিএম ৷আজি নিৰ্বাচন আয়োগে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :খটখটীৰ ছানেডে মাৰ্কেটত অস্ত্ৰ-শস্ত্ৰসহ আটক দুই যুৱক
Last Updated : Apr 2, 2021, 3:07 PM IST